Local, Vocal, Global

WATCH | Bohag Bihu 2025: আজি গৰু বিহু।ৰাজ্যত গৰু বিহুৰ ব্যাপক উছাহ

ছিপাঝাৰ,১৪এপ্ৰিল : আজি গৰু বিহু। মাহ হালধি সানি গাই-গৰুক নুৱাব-ধুৱাব সাজু চহা অসমীয়াই(Bohag Bihu 2025)। ছিপাঝাৰৰ ১নং চেঙাপাৰাতো সমুহীয়া ভাবে পালন কৰা হ’ব গৰু বিহু।আমি দেখুওৱাম ছিপাঝাৰৰৰ পৰা গৰু বিহুৰ পৰিবেশ…

লগতে পঢ়ক : WATCH | Sipajar News : ছিপাঝাৰৰ পিপৰা দোকানত অসমৰ প্ৰথমখন গোশালাৰ উদ্ধোধন