Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ‘গৌৰৱ-অখিল- লুৰিণজ্যোতিয়ে ছুনামি আনক আমি ৰৈ আছোঁ’

নিউজ ডেস্ক,১৩এপ্ৰিল : ‘গৌৰৱ-অখিল-লুৰিণজ্যোতি এক হ’লেই যদি ছুনামি হয় তেন্তে নহয় কিয়?’

‘গৌৰৱ-অখিল- লুৰিণজ্যোতিয়ে ছুনামি আনক আমি ৰৈ আছোঁ’

‘৩ জনেই একেলগে ভাত খাই একলগ হৈ লওক’

‘পিছলৈ নিজৰ ল’ৰা-ছোৱালীৰ মাজতো বিয়াৰ চিন্তা কৰক’

‘তেওঁলো্কৰ ৩ জনৰ সম্পৰ্ক আৰু ভাল হ’ব’

‘স্থায়ী সম্পর্ক এটা গঢ়ক গৌৰৱ-অখিল-লুৰিণজ্যোতিয়ে’

তিনি গগৈক লৈ মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ(Himanta Biswa Sarma)

তিনি গগৈৰ মাজত সম্পৰ্ক গঢ়িবলৈ কৰিবলৈ ক’লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ‘জুম্মা-নামাজৰ দিনাই অসমত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিছিল একাংশ সংখ্যালঘুৱে’-হিমন্ত বিশ্ব শৰ্মা