Local, Vocal, Global

WATCH | Panchayat Election 2025 : সলসলীয়াকৈ ইংৰাজী কব পৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ এগৰাকী প্ৰাৰ্থী

নিউজ ডেস্ক,১৩এপ্ৰিল : ‘Ladies and gentlemen, I Am Keramat Ali Ahmed’

সলসলীয়াকৈ ইংৰাজী কব পৰা গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ এগৰাকী প্ৰাৰ্থী

কেৰামত আলী আহমেদে সংবাদ মাধ্যমৰ আগত নিজৰ মনৰ কথা জনালে ইংৰাজীতে(Panchayat Election 2025)।

উত্তৰ হাউলী গাওঁ পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী কেৰামত আলী আহমেদ

লগতে পঢ়ক : WATCH | Mangaldoi News : মাধৱ ৰাজবংশীৰ কৰ্মকাণ্ডত সন্দেহ দৰঙ কংগ্ৰেছৰ কৰ্মীৰ