WATCH | Panchayat Election 2025 : ‘ঐ হাপা, অই তই মোৰ পিছপিনে কিয় পেনপেনে ঘূৰি ফুৰা এ?’
নিউজ ডেস্ক,১২এপ্ৰিল : ‘ঐ হাপা, অই তই মোৰ পিছপিনে কিয় পেনপেনে ঘূৰি ফুৰা এ?’
‘কেক্ৰীৰ বেটাৰী ৰিক্সা, উইঠলি বিশ,নামিলে চল্লিছ’
খাপলাংকাইৰ ‘কেকৰী’খ্যাত অভিনেত্ৰী পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে চিমি বৰ্মনে(Panchayat Election 2025)।
লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ২ মে’ আৰু ৭ মে’ত ১৪ জিলাৰ চৰকাৰী,বেচৰকাৰী কাৰ্যালয় বন্ধ ঘোষণা