Local, Vocal, Global

WATCH | Panchayat Election 2025 : বিশাল ৰেলী, সমদল কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মনোনয়ন পত্র

ছিপাঝাৰ,১২এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি অন্তিম দিন।

হাজৰিকাপাৰা-কুঁৰুৱা আৰু দেওমৰনৈ-টেঙাবাৰী জিলা পৰিষদৰ বিজেপি মনোনীত প্ৰাৰ্থী পৰিস্মিতা নাথৰ আৰু হেমন্ত ডেকাৰ মনোনয়ন পত্ৰ দাখিল(Panchayat Election 2025)।

বিশাল ৰেলী, সমদল কৰি বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত মনোনয়ন পত্র দাখিল কৰে।

লগতে পঢ়ক : WATCH | 5 schools in Kamrup issued show-cause notice : মেট্ৰিক পৰীক্ষাত শোচনীয় ফলাফলক লৈ ৫খন বিদ্যালয়লৈ শ্ব’কজ