Local, Vocal, Global

WATCH | Rangia News : মনোনয়ন দিবলৈ আহি প্ৰাৰ্থীয়ে পাহৰিলে পঞ্চায়ত আৰু বিত্ত মন্ত্ৰীৰ নাম

ৰঙিয়া,১২এপ্ৰিল : ‘অসমৰ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা’।

‘অসমৰ পঞ্চায়ত মন্ত্ৰী হেৰি আছিল নেকি পাহৰিলো ৰব’।

মনোনয়ন দিবলৈ আহি প্ৰাৰ্থীয়ে পাহৰিলে পঞ্চায়ত আৰু বিত্ত মন্ত্ৰীৰ নাম(Rangia News)।

নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰি ৰাইজৰ সেৱা কৰিব এইসকলক লোকে।

ৰঙিয়া‌‌ খণ্ড উন্নয়ন‌ বিষয়া‌‌ কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব আহি সাংবাদিকৰ আগত বিপদত পৰিল এইগৰাকী প্ৰাৰ্থীয়ে।

লগতে পঢ়ক : WATCH | Moirabari News : মৈৰাবাৰীৰ শালকাটি হাজী চুলতান আলী জাতীয় বিদ্যালয়ত মেট্ৰিক পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অঞ্চলটোত