WATCH | Rongali Bihu 2025: বাপতি সাহোন ৰাঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী
ধেমাজি,৯এপ্ৰিল : হেঁপাহৰ ৰঙালী বিহু লৈ মাজত কেইটামান দিন । বাপতি সাহোন ৰাঙালীক আদৰিবলৈ সাজু ৰাজ্যবাসী ।
বৰদলনিত বিহুৱা বিহুৱতী সকলৰ সুবিধাৰ্থে এগৰাকী নাচনীক লাগতীয়াল গগনা লগতে বিভিন্ন সামগ্ৰী নিৰ্মান ব্যস্ত শিল্পকাৰ চুনিৰাম গগৈ(Rongali Bihu 2025)।
লগতে পঢ়ক : WATCH | Jamugurihat News : শোণিতপুৰৰ বালিপৰাত চিলনী চোৰৰ সন্ত্ৰাস