Local, Vocal, Global

WATCH | Moirabari News : ধিং বজাৰৰ পৰা দিন দুপৰতে চোৰে লৈ গ’ল এক্সিচ বেংকৰ কৰ্মচাৰীৰ মটৰ চাইকেল

মৈৰাবাৰী,৯এপ্ৰিল : ধিঙত পুনৰ বাইক চুৰিৰ ঘটনা।

ধিং বজাৰৰ পৰা দিন দুপৰতে চোৰে লৈ গ’ল এক্সিচ বেংকৰ কৰ্মচাৰীৰ মটৰ চাইকেল।

ধিং এক্সিচ বেংকৰ সন্মুখৰ পৰা চোৰে AS21J 2199 নম্বৰৰ পালচাৰ ১৫০ বাইক চুৰি।

বাইক চোৰৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত(Moirabari News)।

ধিং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰে বাইকৰ গৰাকী কুতুব উদ্দীনৰ।

লগতে বাইকৰ সম্ভেদ দিব পৰা ব্যক্তিলৈ বিশেষ পুৰস্কাৰ ঘোষণা বেংক কৰ্মচাৰী গৰাকীৰ।

যদি কোনো ব্যক্তিয়ে বাইক খনৰ সন্ধান লাভ কৰে তেন্তে 9101097276 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ