Local, Vocal, Global

WATCH | Panchayat Election 2025 : পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে

নিউজ ডেস্ক,৯এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে।

আজি বিয়লি আনুষ্ঠানিকভাৱে বিজেপিয়ে ঘোষণা কৰিব চূড়ান্ত প্ৰাৰ্থীৰ তালিকা(Panchayat Election 2025)।

৩৯৭ খন জিলা পৰিষদৰ বাবে প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিলে বিজেপিয়ে।

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰিত বীৰাংগনা জয়মতী কুঁৱৰী স্মৃতিত নাট