Local, Vocal, Global

WATCH | Nalbari News : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ উদঙালে এখন আদৰ্শ চিকিৎসালয়ে

নলবাৰী,৮এপ্ৰিল : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ উদঙালে এখন আদৰ্শ চিকিৎসালয়ে।

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত পৰ্যাপ্ত নহয় প্ৰয়োজনীয় ঔষধ(Nalbari News)।

একাংশ ৰোগীৰ ভাষ্যই উদঙাই দিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ।

লগতে পঢ়ক : WATCH | Sonari News : অঞ্জলী মহন চেতিয়ালৈ চলিত বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা