WATCH | Sonari News : অঞ্জলী মহন চেতিয়ালৈ চলিত বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা
সোণাৰি,৮এপ্ৰিল : অঞ্জলী মহন চেতিয়ালৈ চলিত বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা।
টাই আহোম যুৱ পৰিষদ,অসম (টাইপা)ৰ চৰাইদেউ জিলা সমিতিয়ে ৩০ এপ্ৰিলত অঞ্জলী মহন চেতিয়াক আগবঢ়াব এই বঁটা(Sonari News)।
আজি সোণাৰিত আয়োজন কৰা এক সংবাদমেলত এই ঘোষণা কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৰাজ্যৰ বিহু সমিতিলৈ ভাল খবৰ