WATCH | Road Accident : সোণাৰি কাকতিবাৰীৰ পুতুলনগৰত ভয়ংকৰ দুৰ্ঘটনা
সোণাৰি,৭এপ্ৰিল : সোণাৰি কাকতিবাৰীৰ পুতুলনগৰত ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী বাইক নিয়ন্ত্ৰণ হেৰুৱাই সোমাল পুখুৰীত। এখন নম্বৰ প্লেট বিহীন বাইকত অহা তিনিজন যুৱক দুৰ্ঘটনাত পতিত। এজন থিতাতে নিহত, দুজন আহত। নিহত যুৱকজনৰ নাম লোহিত মুণ্ডা আৰু আহত দুজনৰ নাম ক্ৰমে সুৰেশ মুৰা আৰু আকাশ ওৰাং বুলি চিনাক্ত কৰা হৈছে(Road Accident)।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱক দুজনক সোণাৰি জিলা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক : WATCH | Bihu workshop : ছিপাঝাৰৰ বন্দনা ডান্স একাডেমীৰ বিহু আখৰাৰ সামৰণি