Local, Vocal, Global

ATCH | Assam Orunodoi scheme : বিহুৰ পূৰ্বেই ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ ভাল খবৰ

নিউজ ডেস্ক,৭এপ্ৰিল : বিহুৰ পূৰ্বেই ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ ভাল খবৰ

মাজত মাত্ৰ ৩দিন বাকী

বিহুৰ পূৰ্বেই ৰাজ্যৰ মহিলাই পাব ভাল খবৰ(Assam Orunodoi scheme)

লাখ লাখ লোকৰ একাউন্টত জমা হ’ব ধন

আপুনিও সাজু হওক বিহুৰ পূৰ্বেই চৰকাৰৰ উপহাৰ ল’বলৈ

মনত ৰাখক ১০ এপ্রিল পুৱা ১১বজাৰ পৰা তিনি বজাৰ ভিতৰতে ভাল খবৰ পাব ৰাইজে

কোনে কোনে পাব চৰকাৰৰ এই উপহাৰ

অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউন্টত জমা হ’ব ১,২৫০ টকা

বৃদ্ধ পেন্সন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউন্টত সোমাব ধন

বিধৱা পেন্সন লাভ কৰা হিতাধিকাৰীৰ একাউন্টত জমা হ’ব ধন

দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীয়েও একেদিনাই লাভ কৰিব ধন

লগতে পঢ়ক : WATCH | Waqf Amendment Bill : হাতত প্লে’কার্ড লৈ ৰাজপথলৈ ওলাই আহিল শ শ মুছলমান