WATCH | Heated situation: কলিয়াবৰৰ বৰভগীয়াত উত্তপ্ত পৰিস্থিতি
কলিয়াবৰ,৭এপ্ৰিল : কলিয়াবৰৰ বৰভগীয়াত উত্তপ্ত পৰিস্থিতি।
মাটি কঢ়িওৱা ডাম্পাৰৰ খুন্দাত এজন লোক নিহতক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা কলিয়াবৰৰ বৰভগীয়াত ।
আৰক্ষীক জবাবদিহি কৰিছে স্থানীয় উত্তেজিত জনসাধাৰণে(Heated situation)।
আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ বাক্যবান উত্তেজিত ৰাইজৰ।
নিহত লোকজন দলগাওঁৰ ৰাম প্ৰসাদ সৎনামী বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ খনৰ নাম্বাৰ হল AS 09 BC 2225।
দীৰ্ঘদিন ধৰি কলিয়াবৰত বৃদ্ধি পাইছে মাটি কটা ডাম্পাৰৰ দৌৰাত্ম্য।
লগতে পঢ়ক : WATCH | Abhayapuri News : প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী হ’ল যদিও নাপালে ফুটাকঢ়ি