WATCH | Himanta Biswa Sarma : ‘বিজেপি চৰকাৰ নহা হ’লে, মুছলমান মহিলাই ন্যায় নাপালে হেঁতেন’-মুখ্যমন্ত্ৰী
নিউজ ডেস্ক,৬এপ্ৰিল : আজি বিজেপি প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য
‘বিজেপি চৰকাৰ নহা হ’লে মুছলমান মহিলাই ন্যায় নাপালে হেঁতেন’
তিনি তালাকৰ পৰা মুছলমান মহিলাই কেতিয়াও ন্যায় নাপালে হেঁতেন’
‘বিজেপি চৰকাৰ নহা হ’লে কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ নহল হেতেন’
‘বিজেপি চৰকাৰ বাবেই উত্তৰ পূবৰ এই বিকাশ সম্ভৱ হ’ল’
‘বিজেপিৰ অবিহনে কেতিয়াও নির্মাণ নহ’ল হেঁতেন ৰাম মন্দিৰ’
‘ৱাকফ সংশোধনী আইন কেতিয়াও ৰূপায়ণ নহ’ল হেতেন’
বিজেপিৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰীৰ এই মন্তব্য(Himanta Biswa Sarma)
লগতে পঢ়ক : WATCH | Government schemes : চৰকাৰী আঁচনিৰ নামত চৰকাৰী বিষয়াই ঘোচ বিচাৰিছে নেকি?