WATCH | Mangaldai News : মঙলদৈৰ চপাইৰ নৱগ্ৰহ মন্দিৰত চুৰিকাণ্ড

মঙলদৈ,৬এপ্ৰিল : মঙলদৈত মন্দিৰত চুৰিকাণ্ড।
চপাইৰ নৱগ্ৰহ মন্দিৰত চুৰিকাণ্ড।
নৱগ্ৰহ মন্দিৰৰ দান পাত্ৰ ভাঙি চোৰে লৈ গ’ল প্ৰায় ১০ হাজাৰ টকা(Mangaldai News)।
কিছুদিন পূৰ্বেও চোৰে চুৰি কৰি লৈ গৈছিল বহু পৰিমাণৰ ধন আৰু মন্দিৰৰ আচভাৱ।
চি চি টিভিত আৱদ্ধ চুৰি কাণ্ডৰ ভিডিঅ’।
মুখত কাপোৰ বান্ধি সোমাইছিল চোৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
লগতে পঢ়ক : WATCH | Rangali Bihu : ৰঙাপৰাত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ কৰ্মশালা