WATCH | Heavy Storm : চৰাইদেউত প্ৰচণ্ড ধুমুহা-বৰষুণ
সোণাৰি,৬এপ্ৰিল : চৰাইদেউত প্ৰচণ্ড ধুমুহা-বৰষুণ।প্ৰচণ্ড ধুমুহা-বৰষুণত বিস্তৰ ক্ষতিসাধন।
সোণাৰি সমষ্টিৰ অন্তৰ্গত জলাহ, নজবকা,চুঙি,লুখুৰাখন আদি অঞ্চলত বিস্তৰ ক্ষতি হয়। ধুমুহাই উৰুৱাই লৈ গ’ল জলাহ প্ৰাথমিক বিদ্যালয়ৰ টিনপাত। ধুমুহা বৰষুণৰ ফলত এই পৰ্যন্ত ব্যাহত হৈ আছে বিদুৎ সৰবৰাহ। শতাধিক লোক গৃহহীন হোৱাৰ তথ্য পোৱা গৈছে(Heavy Storm)।