WATCH | Sonari News : উগ্ৰপন্থী সংগঠনক খাদ্য সামগ্ৰী যোগান ধৰা অভিযোগত সোণাৰিত আটক এজনক
সোণাৰি,৬এপ্ৰিল : উগ্ৰপন্থী সংগঠনক খাদ্য সামগ্ৰী যোগান ধৰা অভিযোগত সোণাৰিত আটক এজনক(Sonari News)।
সোণাৰি আৰক্ষীয়ে চেনীগুদামত এখন মালবাহী বলেৰো বাহনৰ চালকক নাগালেণ্ডত আলফা স্বাধীনৰ লগতে উগ্ৰপন্থী সংগঠনক খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগত আটক কৰে।
সোণাৰি আৰক্ষীৰ এটা দলে চেনীগুদাম অঞ্চলত AS33C1852 নম্বৰৰ বলেৰো বাহনসহ এজন যুৱকক আটক সোণাৰি আৰক্ষীৰ। আটক কৰা যুৱক জনৰ নাম মনোজ দে বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বিশেষ তথ্য সদৰি কৰা নাই। তদন্ত অব্যাহত।
লগতে পঢ়ক : WATCH | Massive fire breaks out: যোৰহাটৰ অল্ড বালিবাটৰ এটা LG ডিলাৰত অগ্নিকাণ্ড