Local, Vocal, Global

WATCH | Massive fire breaks out: যোৰহাটৰ অল্ড বালিবাটৰ এটা LG ডিলাৰত অগ্নিকাণ্ড

যোৰহাট,৬এপ্ৰিল : যোৰহাটৰ অল্ড বালিবাটৰ এটা LG ডিলাৰত অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত জুইত জাহ যায় বহু ফ্ৰিজ, টিভি আৰু বিভিন্ন সামগ্রী(Massive fire breaks out)।

শ্বৰ্ট-শ্বাৰ্কিট পৰা অগ্নিকাণ্ডৰ সন্দেহ।

লগতে পঢ়ক :WATCH | Biswanath News : বিহুৰ প্ৰাকক্ষণত তলা লাগিল বিশ্বনাথৰ ভি মাৰ্টত