WATCH | Sonapur News : সোণাপুৰত অনুষ্ঠিত খেল মহাৰণত অঘটন
সোণাপুৰ,৫এপ্ৰিল : সোণাপুৰত অনুষ্ঠিত খেল মহাৰণত অঘটন।
চাইক্লিং প্ৰতিযোগিতা চলি থকাৰ মাজতে চাইকেলৰ চকা খুলি বাগৰি পৰিল কেইবাজনো খেলুৱৈ(Sonapur News)।
আহত কেইবাগৰাকীও খেলুৱৈ।
লগতে পঢ়ক : WATCH | Large quantity of ganja seized: সৰভোগ আৰক্ষীৰ বৃহৎ সফলতা