Local, Vocal, Global

WATCH | Nagaon News : নগাঁও জিলা কলংপাৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাংগনত শ্ৰী শ্ৰী মা বাসন্তী দুৰ্গা পূজা উদযাপন

নগাঁও,৫এপ্ৰিল : নগাঁও জিলা কলংপাৰ শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাংগনত শ্ৰী শ্ৰী মা বাসন্তী দুৰ্গা পূজা উদযাপন ।

পাঁচদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাংগনত শ্ৰী শ্ৰী মা বাসন্তী দুৰ্গা পূজা উদযাপন কৰা হৈছে(Nagaon News)।

উল্লেখ্য যে শুকুৰবাৰে সপ্তমী দিনা নৱপত্ৰিকা প্ৰাণ প্ৰতিষ্ঠা কৰা হয়।

লগতে পঢ়ক : WATCH | Self Reliance through Farming: জামুগুৰিহাটত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন নিবনুৱা যুৱকৰ