Local, Vocal, Global

WATCH | Himanta Biswa Sarma : ৱাকফ সংশোধনী বিল গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰথমতো প্ৰতিক্ৰিয়া

নিউজ ডেস্ক,৪এপ্ৰিল : ৰাজ্যসভাত বাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ প্ৰথমতো প্ৰতিক্ৰিয়া।

কেবিনেট বৈঠকৰ পিছতে ৱাকফ বিধেয়ক সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma)।

মুছলমানৰ হৈ সদনত গৌৰৱ গগৈয়ে মাত মতাক লৈ তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

‘স্বাধীনতা সংগ্রাম যেন হিন্দু মানুহে কৰাই নাই’

‘এটা বিশেষ সম্প্রদায়ৰ মানুহেহে যেন কৰিছিল স্বাধীনতা সংগ্রাম’

‘ধুনীয়াকৈ বনোৱা মছজিদ, ঈদহাহত নামাজ পঢ়িব মুছলামান ৰাইজে’

‘ৰাজপথত নামাজ পঢ়াতো মুছলমানেও নিবিচাৰে’

সদনত গৌৰৱ গগৈৰ ভাষণক এনেদৰে তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ

সদনত সাংসদ গৌৰৱ গগৈৰ মন্তব্যৰ বাবে লজ্জিত হৈছোঁ’

লগতে পঢ়ক : WATCH | Gelakey News : চাহ বাগিচা কৰ্তৃপক্ষৰ ভুলৰ বাবেই মৃত্যু মুখত পৰিছে কুৰিৰো অধিক পশুধন