WATCH | Akhil Gogoi : বিজেপি নেতা কুশল দুৱৰীৰ বিৰুদ্ধে অনুসূচিত জাতিৰ মহিলাক অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ অখিল গগৈৰ
নিউজ ডেস্ক,৪এপ্ৰিল : বিজেপি নেতা কুশল দুৱৰীৰ বিৰুদ্ধে অনুসূচিত জাতিৰ মহিলাক অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগ অখিল গগৈৰ
সামজিক মাধ্যমত শ্বেয়াৰ কৰিলে ভিডিঅ’।
এই সভাতেই সৃষ্টি হৈছিল প্ৰচণ্ড মাৰপিটৰ(Akhil Gogoi)।
লগতে পঢ়ক : WATCH | Waqf Amendment Bill: ‘মুছলমান জাতিটোক ধ্বংস কৰিবৰ বাবেই বিজেপিয়ে কৌশলগতভাৱে এই কাম কৰিছে’-আমছু