Local, Vocal, Global

WATCH | Nagaon News : বিশিষ্ট অভিনেতা অশ্বিনী ডেকা ওৰফে মুকুতাৰ স্পষ্টিকৰণ

নগাঁও,৪এপ্ৰিল : বিশিষ্ট অভিনেতা অশ্বিনী ডেকা ওৰফে মুকুতাৰ স্পষ্টিকৰণ(Nagaon News)।

উল্লেখ্য যে, এটি নাট্যগোষ্ঠীৰ বিষয়ববীয়াৰ আমন্ত্ৰণ ক্ৰমে অভিনয় কৰিবলৈ আহি প্ৰাৰিশ্ৰমিক নিদিয়াত তেজপুৰ সদৰ আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।

আজি সামাজিক মাধ্যম যোগেদি স্পষ্টিকৰণ বিশিষ্ট অভিনেতা মুকুতাৰ।

লগতে পঢ়ক : WATCH | Waqf Amendment Bill: লোকসভাৰ পাছত ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক