WATCH | Waqf Amendment Bill: লোকসভাৰ পাছত ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক
নিউজ ডেস্ক,৪এপ্ৰিল : লোকসভাৰ পাছত ৰাজ্যসভাত গৃহীত হ’ল ৱাকফ সংশোধনী বিধেয়ক।
১২৮ ভোটে সমৰ্থন আৰু ৯৫ ভোটে বিৰোধিতাৰ মাজত ৰাজ্যসভাত গৃহীত হ’ল ঐতিহাসিক ৱাকফ সংশোধনী বিধেয়ক(Waqf Amendment Bill)।
লগতে পঢ়ক : WATCH | RHAC Election Counting Day : ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ ফলাফলত এন ডি এৰ প্ৰাৰ্থীৰ বৃহৎ জয়