WATCH | Sipajhar News : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিটি মনি দাসৰ মঙলদৈৰ ভাড়া ঘৰত চি এম ভিজিলেঞ্চ
ছিপাঝাৰ,৪এপ্ৰিল : ছিপাঝাৰ ৰাজহ চক্ৰ বিষয়া ৰিটি মনি দাসৰ মঙলদৈৰ ভাড়া ঘৰত চি এম ভিজিলেঞ্চ ।
মঙলদৈৰ ভাড়া ঘৰত চি এম ভিজিলেঞ্চ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে(Sipajhar News)।