WATCH | Waqf Bill: ৱাকফৰ জৰিয়তে দেশৰ মুছলমানক দুৰ্বল কৰিব বিচৰা হৈছে’
নিউজ ডেস্ক,৩এপ্ৰিল : ৱাকফৰ জৰিয়তে দেশৰ মুছলমানক দুৰ্বল কৰিব বিচৰা হৈছে’
‘মুছলমানক কিয় ইমান বেয়া পায় মোদী চৰকাৰে?’-আছাদুদ্দিন ওৱেছী(Waqf Bill)
ৱাকফক লৈ লোকসভাত উদাত্ত ভাষণ আছাদুদ্দিন ওৱেছীৰ
‘মছজিদ, মাদ্রাছাক লক্ষ্য কৰি লৈছে চৰকাৰে’
‘মুছলমানক কিয় ইমান বেয়া পায় মোদী চৰকাৰে?’
‘মুছলমানৰ প্ৰতি ইমান বেয়া মনোভাৱ কিয় মোদী চৰকাৰৰ?’
‘ৱাকফৰ জৰিয়তে দেশৰ মুছলমানক দুৰ্বল কৰিব বিচৰিছে চৰকাৰে’
‘মুছলমানৰ অধিকাৰ কাঢ়ি ল’ব বিচাৰিছে চৰকাৰে’
‘ৱাকফক বিলে মুছলমানৰ আবেগৰ ওপৰত আঘাট কৰিছে’
এনেদৰে লোকসভা কপাই তুলিছে আছাদুদ্দিন ওৱেছীয়ে
আছাদুদ্দিন ওৱেছীয়ে পইন্ট টু পইন্ট কৈ গ’ল ৱাকফৰ কথা
জাতিৰ পিতা মহাত্মা গান্ধীৰ উদাহৰণ দি অমিত শ্বাহৰ সন্মুখতে ফালি পেলালে ৱাকফ বিল
‘এই চৰকাৰে মুছলমানৰ ওপৰত যুদ্ধ ঘোষণা কৰিছে
‘এই বিলখন মুছলমানৰ আবেগৰ ওপৰত আঘাট’
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান -২০২৪ৰ অনুষ্ঠান