Local, Vocal, Global

WATCH | Sivsagar News : শিৱসাগৰত বিজেপি আৰু ৰাইজৰ দলৰ মাজত খণ্ডযুদ্ধ

নিউজ ডেস্ক,৩এপ্ৰিল : শিৱসাগৰত বিজেপি আৰু ৰাইজৰ দলৰ মাজত খণ্ডযুদ্ধ।

শিৱসাগৰ গৌৰিসাগত অসম দৰ্শনী আচঁনি বিতৰণ কৰিব যোৱাৰ সয়মত এই ঘটনা(Sivsagar News)।

শিৱসাগৰ বিধায়ক অখিল গগৈ উপস্থিত নহোৱা পূৰ্বে BJP য়ে আচঁনি বিতৰণ কৰাক লৈ এই খণ্ডযুদ্ধ ।

লগতে পঢ়ক : WATCH | Jamugurihat News : মিচিং ভাষাক প্ৰাথমিক শিক্ষা মাধ্যমত স্বীকৃতিক লৈ উৎফুল্লিত