WATCH | Jorjat News : ”মই ছাৰক লগ কৰিমেই, মোৰ দেউতাই পেন্সন পাবই লাগিব, ছাৰক মই লগ কৰিমেই”
নিউজ ডেস্ক,২এপ্ৰিল : আৰক্ষীৰ বেহু ফালি মুখ্যমন্ত্ৰীক লগ ধৰিবলৈ একাংশ মহিলাৰ দৌৰ
”মই ছাৰক লগ কৰিমেই, মোৰ দেউতাই পেন্সন পাবই লাগিব, ছাৰক মই লগ কৰিমেই”।
যোৰহাটত মুখ্যমন্ত্ৰীক লগ কৰিবলৈ অহা মহিলাক বাধা দিবলৈ আৰক্ষীৰ দৌৰাদোৰি(Jorjat News)।
মহিলাৰ ৰুদ্ৰমূৰ্তিত থৰকাছুটী হেৰাল মুখ্যমন্ত্ৰী নিৰাপত্তাৰক্ষীৰো
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma :মুখ্যমন্ত্ৰীৰ মুখত পুনৰ দিলোৱাৰ, মহবুবুলৰ নাম