Local, Vocal, Global

WATCH | Toll gates in Assam: ৰাজ্যত পুনৰ বৃদ্ধি টোলগেটৰ মাচুল

নিউজ ডেস্ক,২মাৰ্চ : ৰাজ্যত পুনৰ বৃদ্ধি টোলগেটৰ মাচুল

বৃদ্ধি প্রতিখন টোলগেটৰ মাচুল

ঘাইপথ প্ৰাধিকৰণে দিলে মাচুল বৃদ্ধিৰ জাননী(Toll gates in Assam)

প্রতিখন টোলগেটত বৃদ্ধি পালে ৫-১০ টকালৈ

বাছ, ট্ৰাকৰ পূৰ্বৰ নিৰিখ ৪৬৫টকা,বৰ্তমানৰ নিৰিখ ৪৮০ টকা টকা

লঘু বাণিজ্যিক বাহন মিনি বাছ পূৰ্বৰ মাচুল ২২০ টকা আৰু বৰ্তমানৰ নিৰিখ ২৩০ টকা

কেইবাচকীয়া বাণিজ্যিক বাহন পূৰ্বৰ মাচুল ৫১০টকা, বৰ্তমান ৫২৫

কাৰ, জীপ, ভেন, সৰু গাড়ীৰ পূৰ্বৰ মাচুল আছিল ১৪০ টকা আৰু বৰ্তমান ১৪৫ টকা

গধুৰ বাণিজ্যিক বাহন ৭৬০ টকা, বৰ্তমানৰ নিৰিখ ৭৮৫ টকা

কাৰ, জীপ, ভেন, সৰু গাড়ীৰ পূৰ্বৰ মাচুল আছিল ১২০ টকা আৰু বৰ্তমান ১২০ টকা
২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে নিৰ্ধাৰণ নতুন নিৰিখ

কাৰ, জীপ, ভেন, লঘু বাহনৰ পূৰ্বৰ নিৰিখ ১৪০\১৪৫ টকা

লগতে পঢ়ক : WATCH | WAQF BILL 2025 : লোকসভাত উত্থাপন ৱাকফ সংশোধনী বিধেয়ক