WATCH | Dibrugarh News : বৰবৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন

ডিব্ৰুগড়,২এপ্ৰিল : বৰবৰুৱা খণ্ড উন্নয়ন কাৰ্যালয়ৰ নতুন ভৱন উদ্বোধন।
অসমৰ ভিতৰতে অতি পুৰণি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিধায়ক চক্ৰধৰ গগৈ(Dibrugarh News)।
বৰ্তমান তিনিটা সমষ্টিক সামৰা হৈছে বৰবৰুৱা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়টো।
লগতে পঢ়ক : WATCH | Rongali Bihu 2025 : সমাগত হেঁপাহৰ ৰঙালী বিহুক লৈ ব্যস্ত নলবাৰীৰ লোকবাদ্য শিল্পী