WATCH | Wood Smuggling : কাকপথাৰত জব্দ চোৰাং কাঠৰ গাড়ী
ডুমডুমা,২এপ্ৰিল : কাকপথাৰত জব্দ চোৰাং কাঠৰ গাড়ী ৷
বন বিভাগে জব্দ কৰে AS 01 NC 6572 নম্বৰৰ এখন ট্ৰাক( Wood Smuggling)৷
অতি কৌশলেৰে চোৰাং সৰাবৰহাকাৰীয়ে সৰবৰাহ কৰে বাহনখন ৷
গোপন সূত্ৰৰ পম খেদি কাকপথাৰ বন বিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহনখন ৷
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : আজি যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ