WATCH | Pijush Hazarika : ‘এগৰাকী ব্যক্তি একেলগে সংবাদিক, উকিল আৰু ব্যৱসায়ী হব পাৰে নেকি?’
নিউজ ডেস্ক,২৯মাৰ্চ : এগৰাকী ব্যক্তি একেলগে সংবাদিক, উকিল আৰু ব্যৱসায়ী হ’ব পাৰে নেকি?
এই প্ৰশ্নটো গুৱাহাটী প্ৰেছ ক্লাৱক সুধিছোঃ মন্ত্ৰী পীযুষ হাজৰিকা
দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰতিক্ৰিয়া(Pijush Hazarika)