Local, Vocal, Global

WATCH | Mangaldoi News : হঠাতে হাহাকাৰ পৰিস্থিতি দৰং আয়ুক্তৰ কাৰ্যালয়ত

মঙলদৈ,২৯মাৰ্চ : হঠাতে হাহাকাৰ পৰিস্থিতি দৰং আয়ুক্তৰ কাৰ্যালয়ত।

কান্দি কান্দি বিধৱা মহিলাৰ আঁচনিৰ পৰা নাম নাকাটিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।

অৰুণোদয় পৰা বঞ্চিত হোৱা এদল মহিলা ওলাই আহিল আয়ুক্ত কাৰ্যালয়লৈ(Mangaldoi News)।

পূৰ্বৰে পৰা অৰুণোদয় আঁচনি লাভ কৰি অহা মহিলা সকলৰ নাম হঠাং কৰ্তনৰ পিছতে মহিলা সকলৰ লাগিল হাহাকাৰ।
বিয়া নোহোৱাকৈ থকা মহিলা, বিধবা মহিলাকে ধৰি দিন হাজিৰা কৰি পৰিয়াল পোহ পাল দিয়া মহিলা সকলে পূৰ্বৰ পৰা ই অৰুনোদই আঁচনিৰ ধন লাভ কৰি আহিছিল যদিও বিজেপিৰ বোধ কমিটীৰ কোনো সদস্যই এই মহিলা সকলৰ নাম কৰ্তন কৰা বুলি অভিযোগ উত্থাপিত কৰে ভুক্তভোগী মহিলাসকলে।

আজি দৰং জিলা আয়ুক্তৰ কাৰ্যালয়ত শ শ মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অৰুনোদইৰ আঁচনিৰ পৰা বঞ্চিত নকৰিব লৈ কান্দি কান্দি আহ্বান।

লগতে পঢ়ক : WATCH | Tiwa Cultural Festival : তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ক্ষেত্ৰীৰ টোপাতলীত আৰম্ভ হৈছে তিৱা মহোৎসৱ ২০২৫