Local, Vocal, Global

WATCH | Bhupen Borah : ‘এতিয়ালৈকে কিয় বেংকে CCTV ফুটেজ ৰাজহুৱা কৰা নাই’ ?

নিউজ ডেস্ক,২৯মাৰ্চ : ‘এতিয়ালৈকে কিয় বেংকে CCTV ফুটেজ ৰাজহুৱা কৰা নাই’ ?

‘মুখ্যমন্ত্ৰী যদি হিমন্তু বিশ শৰ্মা যদি টিভি চেনেলৰ মালিক হ’ব পাৰে’

‘মুখ্যমন্ত্ৰী যদি স্কুলৰ মালিক হব পাৰে, ব্যৱসায় কৰিব পাৰে তেন্তে সাংবাদিকৰ ডাম্পাৰ চাই তেওঁ জ্বলে কিয়’

অভয়াপুৰীত কংগ্ৰেছৰ সমূহীয়া ইফতাৰ পাৰ্টিত অংশগ্ৰহন এই মন্তব্য কৰে সভাপতি ভূপেই বৰাই(Bhupen Borah)

লগতে পঢ়ক : WATCH | Bilasipara News : বিলাসীপাৰাত জেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক বিনা চৰ্তে মুক্তিৰ দাবীত উত্তাল প্ৰতিবাদ