WATCH | Rhino Roaming : চিচি তাপিদ চাপৰিত গড়ৰ মুক্ত বিচৰণ
ধেমাজি,২৯মাৰ্চ : চিচি তাপিদ চাপৰিত গড়ৰ মুক্ত বিচৰণ।
জানিব পৰা মতে, বৃহস্পতিবাৰে পৰা ব্ৰহ্মপুত্ৰ চাপৰি এলেকাত এটা প্ৰকাণ্ড গড় কাজিৰঙাৰ পৰা আহি ধেমাজি মাছখোৱা চিচি তাপিদ চাপৰিত বিচৰণ কৰি থকাত এই অঞ্চলত এক চেপা উত্তেজনা সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ গড়টোক অনুসৰণ কৰি আছে(Rhino Roaming)৷
কিছু সময়ৰ আগতে গড়টোৱে ব্ৰহ্মপুত্ৰ সিপাৰলৈ গৈ আকৌ তাপিদ চাপৰিৰ ঘন অৰন্যত আশ্ৰয় লৈছে বুলি জানিবলৈ পৰা।
লগতে পঢ়ক : watch | Sonapur News : ডিগাৰু বায়ুসেনা বাহিনীৰ জাননীক কেন্দ্ৰ কৰি সোণাপুৰত বিশাল ৰাজহুৱা সভা