Local, Vocal, Global

watch | Sonapur News : ডিগাৰু বায়ুসেনা বাহিনীৰ জাননীক কেন্দ্ৰ কৰি সোণাপুৰত বিশাল ৰাজহুৱা সভা

সোণাপুৰ,২৯মাৰ্চ : ডিগাৰু বায়ুসেনা বাহিনীৰ জাননীক কেন্দ্ৰ কৰি সোণাপুৰত বিশাল ৰাজহুৱা সভা ৷

সোণাপুৰৰ মাজমজিয়াত স্থাপিত ডিগাৰু বায়ুসেনা বাহিনীৰ সীমাৰপৰা ৯০০ মিটাৰ দূৰত্বৰ ভিতৰত থকা  সকলো নিৰ্মাণকাৰ্য্য বন্ধ কৰাৰ বাবে  বায়ু সেনা বাহিনীয়ে যি জাননী প্ৰেৰন কৰিছে তাক লৈ তীব্ৰ উত্তেজিত হৈছে ৰাইজ(Sonapur News) ৷

ডিগাৰু এয়াৰ ফৰ্চ গ বেগ, তেজ দিম মাটি নিদিও আদি শ্লোগানেৰে উত্তল কৰে সোণাপুৰ ৷

প্ৰায় দহ হাজাৰ লোক উপস্থিতিত অনুষ্ঠিত বিশাল ৰাজহুৱা সভাত ৰাইজ, আৰু বিভিন্ন দল সংগঠৰ লোকে কয় কোনো কাৰনতে আমি মাটি নিদিও ৷

তেজ দিম খিলঞ্জীয়াৰ ভূমি কোনো কাৰনতে দিয়া নহব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : WATCH | Assam Orunodoi 3.0 Scheme : অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰাক লৈ নামতি আলি গাঁও পঞ্চায়তত মহিলাৰ ক্ষোভ