WATCH | Chapar News : চাপৰ আঞ্চলিক শ্মশানত ১৩৩ তম শ্মশান কালি পূজা
চাপৰ,২৯মাৰ্চ : চাপৰ আঞ্চলিক শ্মশানত ১৩৩ তম শ্মশান কালি পূজা অনুষ্ঠিত হয়।
আঞ্চলিক শ্মশানত নতুনকৈ নিৰ্মিত গৃহত মা কালিক স্থাপন কৰে।
অমাবস্যাৰ দিনা ধৰ্মীয় ৰীতি নীতিৰে মা কালিক স্থাপন কৰি শ্মশান কালি পূজাৰ আয়োজন কৰে।
দুদিনীয়া কাৰ্যসূচীৰে চাপৰ আঞ্চলিক শ্মশানত এই পূজাৰ আয়োজন কৰে(Chapar News)।
শ্মশান কালি মাৰ পূজাৰ লগত সংগতি ৰাখি ৰাজ্যৰ অপায় অমংগল দূৰ কৰাৰ বাবে মহাযজ্ঞ কৰাও দেখা যায়।
লগতে শ্মশান কালি মন্দিৰ নিৰ্মাণত সহায় কৰা সকলো ভক্ত প্ৰাণ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।
লগতে পঢ়ক : WATCH | Eid-ul-Fitr 2025 : সোমবাৰে ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ঈদ-উল-ফিতৰ