Local, Vocal, Global

WATCH | Jorhat News : পুলিবৰ থানা অন্তৰ্গত ২নং দহোটিয়াত মাটি সম্পত্তিক লৈ ভয়ংকৰ ঘটনা

যোৰহাট,২৮মাৰ্চ : পুলিবৰ থানা অন্তৰ্গত ২নং দহোটিয়াত মাটি সম্পত্তিক লৈ ভয়ংকৰ ঘটনা।

ভটিজাকাক আক্ৰমণ কৰিবলৈ আহি নিজেই আঘাতপ্ৰাপ্ত এজন বয়োজেষ্ঠ ব্যক্তি ।

ইতিমধ্যে গুৰুতৰ আহত হৈছে ৰমেন বৰা নামৰ এজন ব্যক্তি(Jorhat News)।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন আঘাতপ্ৰাপ্ত ব্যক্তি দুগৰাকী।

ঘটনাৰ সবিশেষ জনালে গুৰুতৰ আঘাতপ্ৰাপ্ত হোৱা ৰমেন বৰা আৰু জিতেন বৰাই।

আৰক্ষীৰ কাষ চাপিছে দুয়ো পক্ষ পুলিবৰ আৰক্ষীয়ে তদন্ত কৰিছে ঘটনা সবিশেষ।

লগতে পঢ়ক : WATCH | Sipajhar News : ছিপাঝাৰত ৰাইজলৈ বিধায়ক পৰমানন্দ ৰাজবংশীৰ ঈদৰ উপহাৰ