WATCH | Death Of Wild Elephants : জাগীৰোডৰ নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুণ মৃত্যু
জাগীৰোড,২৮মাৰ্চ : জাগীৰোডৰ নেলীৰ বেলতলাত বন্যহস্তীৰ কৰুণ মৃত্যু ৷ পথাৰৰ মাজেৰে যোৱা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু বন্যহস্তীটোৰ ৷
বিপদ সংকুলভাৱে উলমি থকাৰ ফলত সংঘটিত হয় অঘটনটো ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ মৃত্যু মতা হাতীটোৰ ৷ স্থানীয় ৰাইজে বাৰাম্বাৰ বিদ্যুত বিভাগক অৱগত কৰাৰ পিছটো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ যাৰ ফলত কৰুণ ভাবে মৃত্যু হয় বন্যহস্তী(Death Of Wild Elephants) ৷
লগতে পঢ়ক : WATCH | Road Accident : পথ দুৰ্ঘটনাত মৃত্যু হোৱা মৈৰাবাৰীৰ তিনি যুৱকৰ জানাজা সম্পন্ন