WATCH | Himanta Biswa Sarma :’SITএ প্ৰমাণ পাইছে এলিজাবেথ গগৈৰ পাকিস্তানী সংস্থাৰ সৈতে সম্পৰ্কৰ’
নিউজ ডেস্ক,২৭মাৰ্চ : ‘SITএ প্ৰমাণ পাইছে এলিজাবেথ গগৈৰ পাকিস্তানী সংস্থাৰ সৈতে সম্পৰ্কৰ’
সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ গগৈৰ বিৰুদ্ধে তদন্তকলৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ(Himanta Biswa Sarma)
ছেপ্টেম্বৰৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰিব SITএ…
লগতে পঢ়ক : WATCH : Rabha Hasong Autonomous Council Election : ২ এপ্ৰিলত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন