WATCH | Bilasipara News : মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে বিলাসীপাৰাত ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ
বিলাসীপাৰা,২৭মাৰ্চ : মন্ত্ৰী অশোক সিংঘলৰ বিৰুদ্ধে বিলাসীপাৰাত ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উত্তাল প্ৰতিবাদ। মন্ত্ৰী অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যৰ পিছতে সৰৱ ধুবুৰী জিলা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ(Bilasipara News)।
গোৱালপৰাত এখন নিৰ্বাচনী সভাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘলে টুপী, দাড়ি আৰু পাইজামাৰ লৈ বিতৰ্ক মন্তব্য লৈ আজি বিলাসীপাৰা গান্ধী চকত অশোক সিংঘলৰ পুত্তলিকা দাহ কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।
লগতে ২৪ ঘণ্টা সময়সীমা বান্ধি দিয়ে ২৪ ঘণ্টা ভিতৰত ক্ষমা নুখুজুলিলে ইয়াতকৈ ডাঙৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি সংগঠনৰ নেতৃত্বই জানিবলৈ দিয়ে।
লগতে পঢ়ক : WATCH | Guwahati News : আমি সকলোৱে জানো মাৰ্কেটত তাইৰ বেয়া ৰেকৰ্ড আছে