WATCH | Aminul Islam : ‘মন্ত্ৰী অশোক সিংহলক কোনে পাইজামা কিমান ওপৰত পিন্ধে, কিয় পিন্ধে চাবলৈ মন্ত্ৰী মন্ত্ৰী বনোৱা নাই’
নিউজ ডেস্ক,২৭মাৰ্চ : ‘মন্ত্ৰী অশোক সিংহলক কোনে পাইজামা কিমান ওপৰত পিন্ধে, কিয় পিন্ধে চাবলৈ মন্ত্ৰী মন্ত্ৰী বনোৱা নাই’।
‘অসমখন কেনেকৈ উন্নয়ন কৰিব পাৰি সেই কথা চিন্তা কৰক মন্ত্ৰীগৰাকীয়ে ‘।
গোৱালপাৰা জিলাৰ সকলো মুছলমানক অপমান কৰিছে'(Aminul Islam)।
মন্ত্ৰী অশোক সিংহলৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে সৰৱ বিধায়ক আমিনুল ইছলাম।
লগতে পঢ়ক : WATCH | Ashok Singhal : এতিয়া গোৱালপাৰৰ কথা ক’লে কেৱল টুপী, দাড়ি আৰু পাইজামাৰ কথা মনলৈ আহে ‘