WATCH | Guwahati News : পুনৰ সুৰাপায়ী যুৱতীৰ উদ্ভণ্ডালি
নিউজ ডেস্ক,২৭মাৰ্চ : পুনৰ সুৰাপায়ী যুৱতীৰ উদ্ভণ্ডালি। টেটু গুৰিলৈকে ফটিকা খাই মহানগৰীৰ ছয়মাইলৰ চন্দন নগৰত উদ্ভণ্ডালি যুৱতীৰ। যুৱতীৰ অতপালিত অতিষ্ঠ আৱাসী। আৱাসীৰ লগতে নিৰাপত্তাৰক্ষীকো দুৰ্ব্যৱহাৰৰ অভিযোগ(Guwahati News)। ছয়মাইলৰ চন্দন নগৰত নিশা তীব্ৰ উত্তেজনা। CCTVত বন্দী দৃশ্য। আৱাসীৰ অভিযোগ- ‘প্ৰতিদিনে যুৱতীগৰাকীয়ে সুৰাপান কৰি কৰে হাৰাশাস্তি’।