WATCH | Rangia News :’অসমৰ বহু জনতাই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে’
ৰঙিয়া,২৬মাৰ্চ : ‘অসমৰ বহু জনতাই হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে’। ‘তেনে এজন সাংবাদিক আছিল দিলৱাৰ হুছেইন মজুমদাৰ’। ‘নিৰ্ভীক হোৱা বাবেই গ্ৰেপ্তাৰ হ’ল দিলৱাৰ হুছেইন’। সংখ্যালঘু সংগঠন এবিএমছুৰ বিস্ফোৰণ
গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক তথা জেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক পানবজাৰ আৰক্ষীয়ে ভুৱা গোচৰ ৰুজু কৰি গ্ৰেপ্তৰ কৰাক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।ৰঙিয়া প্ৰেছ ক্লাবত ABMSU ৰ সভাপতি টাইছন হুছেইনৰ সংবাদ মেল(Rangia News)।
লগতে পঢ়ক : WATCH | Dhemaji News :ধেমাজি জিলা ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান