WATCH | Akhil Gogoi: দিলৱাৰ হুছেইন মজুমদাৰক আটকক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ
নিউজ ডেস্ক,২৬মাৰ্চ : ‘এজন সাংবাদিকে যদি বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যাওতে আটক কৰে তেতিয়া হ’লে বুজিব লাগিব যে এই ৰাজ্যখনত আচলতে গণতন্ত্ৰ নাই’। এয়া গণতন্ত্ৰৰ ওপৰত আক্ৰমণ’। দিলৱাৰ হুছেইন মজুমদাৰক আটকক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ(Akhil Gogoi)।
লগতে পঢ়ক : WATCH | Journalist Dilwar Hussain : পাণবজাৰ থানাৰ সন্মুখত দিলৱাৰ হুছেইন মজুমদাৰৰ পত্নীৰ কান্দোন