Local, Vocal, Global

WATCH | Sonari News : সোণাৰিত বিজেপিৰ প্ৰতিবাদ

সোণাৰি,২৫মাৰ্চ : সোণাৰিত বিজেপিৰ প্ৰতিবাদ।

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কংগ্ৰেছ দলৰ বিধায়কে বিধানসভাত আক্ৰমণ কৰাৰ প্ৰতিবাদত সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ প্ৰতিবাদ।

সোণাৰিৰ লাচিত উদ্যানত এই প্ৰতিবাদ জিলা বিজেপিৰ(Sonari News)।

লগতে পঢ়ক : WATCH | Suspicion of Being Witchcraft : ৰাজ্যত পুনৰ ডাইনী কাণ্ড