Local, Vocal, Global

WATCH | Sivsagar News: শিৱসাগৰৰ বর্ডিং খেলপথাৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাবেশ

শিৱসাগৰ,২৫মাৰ্চ : অসমৰ বিভিন্ন জিলাৰ পৰা প্ৰতিবাদকাৰীৰ সোঁত ।

দহ হাজাৰৰো অধিক লোকৰ প্ৰতিবাদত অংশগ্ৰহণ(Sivsagar News)।

স্বায়ত্বশাসন আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ নকৰিলে সমাগত নিৰ্বাচনত শাসকীয় দলক বৰ্জন কৰাৰ আহ্বান সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ।

বৰ্ডিং খেল পথাৰৰ পৰা শিৱসাগৰ নগৰৰ মাজেদি বাহিৰ কৰা হয় এক বৃহৎ প্ৰতিবাদী সমদল ।

লগতে পঢ়ক : WATCH | Dhemaji News : সাতটা ভিন্ন জাতীয় ছাত্ৰ সংগঠনৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন