WATCH | Golaghat News : ১৫ বছৰৰ পিছত আলফা স্বাধীনৰ শিবিৰৰ পৰা ঘৰলৈ উভটিল গোলাঘাটৰ নৱজিত অসম ওৰফে মনদ্বীপ শইকীয়া
নিউজ ডেস্ক,২৫মাৰ্চ : সুদীৰ্ঘ ১৫ বছৰৰ পিছত আলফা স্বাধীনৰ শিবিৰৰ পৰা ঘৰলৈ উভটিল গোলাঘাটৰ নৱজিত অসম ওৰফে মনদ্বীপ শইকীয়া
১৫ বছৰৰ পিছত পুত্ৰক দেখা পাই কান্দি উঠিল মাতৃ(Golaghat News)
লগতে পঢ়ক : WATCH | Mushalpur News : মুছলপুৰত নতুন শিক্ষাবৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ