Local, Vocal, Global

WATCH | Kaliabor News : ২০১৭ চনৰ বানপানীৰ অনাদায় টকা আদায়ৰ নিদিয়া দাবীত প্ৰতিবাদ

কলিয়াবৰ,২৪মাৰ্চ : ২০১৭ চনৰ বানপানীৰ অনাদায় টকা আদায়ৰ নিদিয়া দাবীত প্ৰতিবাদ ।

জখলাবন্ধাৰ হস্পিতাল চাৰিআলিৰ ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি কেইবাঘন্টা প্ৰতিবাদ সাব্যস্ত বানপীড়িতৰ(Kaliabor News)।

উজনি – নামনিৰ যাতায়ত ব্যাহত। আৰক্ষী মোতায়েন। ঘটনাস্থলীত দণ্ডাধীশ উপস্থিত।

লগতে পঢ়ক : WATCH | World TB Day : সোণাৰিত বিশ্ব যক্ষ্মা দিৱস পালন